as_act_text_reg/26/22.txt

1 line
809 B
Plaintext

\v 22 এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছো; \v 23 আৰু খ্ৰীষ্ট‌ৰ দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃতলোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়ে মই সৰু বৰ সকলোৰে আগত সাক্ষ্য দিওঁতে, ভাৱবাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে অন্য একো কথা কোৱা নাই৷" \p