diff --git a/01/24.txt b/01/24.txt index 367e363..e16e6dd 100644 --- a/01/24.txt +++ b/01/24.txt @@ -1 +1 @@ -\v 24 পাছত তেওঁলোকে প্রার্থনা কৰি ক’লে, "হে প্রভু, তুমি অন্তর্যামী, সকলোৰে অন্তৰ জানা৷ যিহুদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ যোৱাত, \v 25 সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।" \v 26 পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল। \ No newline at end of file +\v 24 পাছত তেওঁলোকে প্রার্থনা কৰি ক’লে, "হে প্রভু, তুমি অন্তর্যামী, সকলোৰে অন্তৰ জানা৷ যিহুদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ যোৱাত, \v 25 সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।" \v 26 পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল। \ No newline at end of file