Wed Mar 10 2021 11:39:17 GMT+0530 (India Standard Time)

This commit is contained in:
tsDesktop 2021-03-10 11:39:18 +05:30
parent f9ea5744cc
commit 7515d5a7e2
1 changed files with 1 additions and 1 deletions

View File

@ -1 +1 @@
\c 1 \v 1 হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলো। \v 2 পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই নিৰ্দেশনা দিলে৷ \v 3 ক্ৰুচীয় দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীৱিত প্রমাণ কৰিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।