as_act_text_reg/26/06.txt

1 line
1.0 KiB
Plaintext
Raw Normal View History

\v 6 "ঈশ্ৱৰে আমাৰ পূর্ব পুৰুষ সকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, \f + \fr 26:6 \ft যিচ :১৪ ; ৯:৬ ; যিৰি ২৩:৫ ; ৩৩:১৪-১৬ ; পাঁ ১৩:৩২,৩৩৷ \f* সেইবোৰ পূর্ণ হোৱাৰ বাবেহে মই এতিয়া সোধ-বিচাৰত পৰি, থিয় হৈ আছো ৷ \v 7 সেই অঙ্গীকাৰৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷ \v 8 ঈশ্ৱৰে যদি মৃতলোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্ৱাস্য বোধ কৰিছে? \p